Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:08 am

Home » क्षेत्रीय » असम » Balconyt Bhagawan || God on the Balcony || বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী

Balconyt Bhagawan || God on the Balcony || বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী

বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী। গোলাঘাটৰ গল্ড চিনেমা হলত সগৌৰৱে দুটা সপ্তাহ অতিক্ৰম কৰিছে অসমীয়া বোলছবি বেলকনিত ভগৱান।
বুধবাৰে Gold cinema হ’লত চিনেমাখন চাবৰ বাবে আহিল অগ্ৰণী সাংবাদিক সংগঠন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, হাতীয়েখোৱা বিষ্ণুজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়িত্ৰীসকল, কেইবাটাও আত্ম সহায়ক গোটৰ সদস্য/সদস্যাৰ লগতে কেইবাজনো কলাপ্ৰেমী দৰ্শক।
নৈ-পৰীয়া লোকৰ এক জীয়া কাহিনীৰে নিৰ্মিত এই চিনেমা খন উপভোগ কৰি সকলো দৰ্শক আপ্লুত হৈ পৰা দেখা গ’ল।
দেৰগাৱৰ পৰা প্ৰণৱ বৰাৰ প্ৰতিবেদন, সংবাদ প্রহৰী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून