Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:09 am

Home » क्षेत्रीय » असम » Jayanta Hazarika Birthday | দিপীলাত কণ্ঠশিল্পী জয়ন্ত হাজৰীকাৰ ৪৫ সংখ্যক সোঁৱৰণী দিৱস উদযাপন

Jayanta Hazarika Birthday | দিপীলাত কণ্ঠশিল্পী জয়ন্ত হাজৰীকাৰ ৪৫ সংখ্যক সোঁৱৰণী দিৱস উদযাপন

দৰঙৰ ঐতিহাসিক দ্বীপাল ভূমি দিপীলাত অসম চৰকাৰৰ সাংষ্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুৰ বাহিনীৰ সহযোগত বহ্নিমান গোষ্ঠী, দিপীলাৰ সৌজন্যত দিনযোৰা কাৰ্যক্ৰমনিকাৰে যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ সোঁৱৰণী দিৱসটি উদযাপন কৰা হয়।
বন্তি প্ৰজ্বলন, মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু পূষ্পাঞ্জলি অৰ্পনেৰে আৰম্ভ হোৱা ভিন্ন কাৰ্যসূচীৰ অন্যতম সন্ধিয়া ৭ বজাৰ পৰা শৰতৰ তুমি জোন যেন শীৰ্ষক অনুষ্ঠানৰ শুভউদ্বোধনী কৰে বিশিষ্ট নাট্যকাৰ তথা বোলছবি পৰিচালক হেমন্ত দত্তই। লোকেলোকাৰন্য অনুষ্ঠানত সুৰবাহিনীৰ বিশিষ্ট শিল্পীসকলে গীত পৰিবেশনেৰে ৰাইজক অতিকৈ মোহাচন্ন কৰা পৰিলক্ষিত হ’ল।
ভালেমান গীত,নৃত্য আৰু সাংষ্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰা অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী,মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,মহান শিল্পী জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকা,পুত্ৰ ময়ুখ হাজৰিকা,বিশিষ্ট শিল্পী ৰূপম ভূঞা,অসম চৰকাৰৰ সাংষ্কৃতিক সঞ্চালকালয়ৰ বিষয়ববীয়াসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
দিপীলাৰ পৰা যীচু নন্দন কলিতাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

आज वही दिन है

News Alert

दिन की टिप्पणियाँ

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

राय
Are You Satisfied Sangbad Prahari
आज इतिहास में
नामजर अनुसूची
ज्योतिष
कार्टून