Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 5:45 am

मनोरंजन

Jayanta Hazarika Birthday | দিপীলাত কণ্ঠশিল্পী জয়ন্ত হাজৰীকাৰ ৪৫ সংখ্যক সোঁৱৰণী দিৱস উদযাপন

দৰঙৰ ঐতিহাসিক দ্বীপাল ভূমি দিপীলাত অসম চৰকাৰৰ সাংষ্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুৰ বাহিনীৰ সহযোগত বহ্নিমান গোষ্ঠী, দিপীলাৰ সৌজন্যত দিনযোৰা কাৰ্যক্ৰমনিকাৰে যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ সোঁৱৰণী দিৱসটি উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন, মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু পূষ্পাঞ্জলি অৰ্পনেৰে আৰম্ভ হোৱা ভিন্ন কাৰ্যসূচীৰ অন্যতম সন্ধিয়া ৭ বজাৰ পৰা শৰতৰ তুমি জোন যেন শীৰ্ষক অনুষ্ঠানৰ শুভউদ্বোধনী কৰে বিশিষ্ট নাট্যকাৰ তথা বোলছবি পৰিচালক হেমন্ত দত্তই। লোকেলোকাৰন্য অনুষ্ঠানত সুৰবাহিনীৰ বিশিষ্ট শিল্পীসকলে গীত পৰিবেশনেৰে ৰাইজক অতিকৈ মোহাচন্ন কৰা পৰিলক্ষিত হ’ল। ভালেমান গীত,নৃত্য আৰু সাংষ্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰা অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী,মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,মহান শিল্পী জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকা,পুত্ৰ ময়ুখ হাজৰিকা,বিশিষ্ট শিল্পী ৰূপম ভূঞা,অসম চৰকাৰৰ সাংষ্কৃতিক সঞ্চালকালয়ৰ বিষয়ববীয়াসহ ভালেমান

Read More »

Balconyt Bhagawan || God on the Balcony || বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী

বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী। গোলাঘাটৰ গল্ড চিনেমা হলত সগৌৰৱে দুটা সপ্তাহ অতিক্ৰম কৰিছে অসমীয়া বোলছবি বেলকনিত ভগৱান। বুধবাৰে Gold cinema হ’লত চিনেমাখন চাবৰ বাবে আহিল অগ্ৰণী সাংবাদিক সংগঠন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, হাতীয়েখোৱা বিষ্ণুজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়িত্ৰীসকল, কেইবাটাও আত্ম সহায়ক গোটৰ সদস্য/সদস্যাৰ লগতে কেইবাজনো কলাপ্ৰেমী দৰ্শক। নৈ-পৰীয়া লোকৰ এক জীয়া কাহিনীৰে নিৰ্মিত এই চিনেমা খন উপভোগ কৰি সকলো দৰ্শক আপ্লুত হৈ পৰা দেখা গ’ল। দেৰগাৱৰ পৰা প্ৰণৱ বৰাৰ প্ৰতিবেদন, সংবাদ প্রহৰী।

Read More »

আইমী বৰুৱাৰ চিনেমা ‘ছেমখৰ’ নিষিদ্ধ কৰাৰ দাবী | Boycott Semkhor Movie | Samkhor | Aimee Baruah | Film

· আইমী বৰুৱাৰ চিনেমা ‘ছেমখৰ’ নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ · ডিমাছা জনজাতিক ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ · চিনেমাত অভিনয় কৰা শিশুৰ মৃত্যু হোৱা ঘটনাৰ ন্যায় আৰু তদন্ত বিচাৰি এই প্ৰতিবাদ · হাফলঙত ডিমাছা য়ুথৰ বিশাল প্ৰতিবাদী সমদল বেংগালুৰু আন্তঃ-ৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত শ্রেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা আইমী বৰুৱাৰ ‘ছেমখৰ’ নামৰ ছবিখনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। হাফলঙত ডিমাছা য়ুথৰ বিশাল প্ৰতিবাদী সমদল উলিয়াই ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ডিমাছা জনজাতিক ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ তোলে। একেদৰে চিনেমাত অভিনয় কৰা শিশুৰ মৃত্যু হোৱা ঘটনাৰ ন্যায় আৰু তদন্ত বিচাৰে প্ৰতিবাদীকাৰ্সকলে। ইপিনে আইমী বৰুৱাৰ ‘ছেমখৰ’ নামৰ ছবিখন নিষিদ্ধ কৰাৰ দাবীৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই ফেচবুক পোষ্টযোগে ক্ষমা

Read More »

Relationship Tips: কেৱল প্ৰেমেই নহয়, প্ৰেমত ভাল হ’বলৈ সম্পৰ্কৰ সমীকৰণ কি হোৱা উচিত তাৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন:

সম্পৰ্ক ভাল হয় বহুতো বস্তুৰ ওপৰত নিৰ্ভৰ কৰি এটা সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰেমৰ প্ৰয়োজন। প্ৰেম হৈছে আৱেগৰ সংমিশ্ৰণৰ দ্বাৰা সৃষ্টি হোৱা এক নিবিড় অনুভূতি। সম্পৰ্কৰ সমীকৰণটো কিমান শক্তিশালী হ‘ব সেয়া কেৱল পৰস্পৰৰ প্ৰেমৰ ওপৰত নিৰ্ভৰ নকৰে। প্ৰেমৰ উপৰিও সম্পৰ্কটো শক্তিশালী কৰাৰ বাবে আৰু কিবা প্ৰয়োজন আছে। সেইবোৰ কি জানো আহক- পৰস্পৰৰ প্রতি বিশ্বাস : এটা সম্পৰ্ক ভাল ৰাখিবলৈ ইজনে সিজনক বিশ্বাস কৰিব লাগিব। সম্পৰ্ক এটাত  উত্থান–পতন থাকিবই। কিন্তু যদি বিশ্বাসৰ ভেটি শক্তিশালী নহয়, তেন্তে সম্পৰ্কটো অস্থিৰ হ‘ব। যাৰ বাবে পৰস্পৰৰ প্রতি বিশ্বাস বিশ্বাস থকাকো আৰু বিশ্বাস ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ ইজনে সিজনক সন্মান দেখুৱাওক: যিকোনো সম্পৰ্কত পৰস্পৰৰ প্ৰতি সন্মান থকাটো অতি জৰুৰি। পৰস্পৰৰ পছন্দ আৰু ভাল লগা বেলেগ হ‘ব পাৰে। এয়া অস্বাভাৱিক নহয়। কিন্তু পৰস্পৰৰ পছন্দ, অপছন্দ, উপলব্দি

Read More »

Sania Mirza: ছানিয়া মিৰ্জাই ইউএছ অপেন খেলিয়ে ল’ব অৱসৰ

ছয়টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰী ছানিয়া মিৰ্জা বৰ্তমান ফ্ৰেঞ্চ অপেনৰ বাবে প্ৰস্তুতি চলাই ৰোমত বাহৰ পাতি আছে। তাৰ পৰা তেওঁ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। ছানিয়া মিৰ্জাই সম্ভৱতঃ এই বছৰৰ ইউএছ অপেনৰ পিছত টেনিছক বিদায় জনাব। ছানিয়াই এতিয়ালৈকে এনেদৰেই পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁ ৰোমৰ ক্লে-ক’ৰ্টত ইটালিয়ান অপেন খেলি আছে। ছানিয়াৰ যুটিটো হৈছে লুচি ৰাদেকাহৰ সৈতে। সোমবাৰে প্ৰথম ৰাউণ্ডত ছানিয়া-ৰাদেকাৰ যুটিয়ে পোলেণ্ডৰ এলিছায়া ৰোচোলস্কা আৰু নিউজিলেণ্ডৰ এৰিন ৰুটলিফৰ যুটিটোক ৬-১, ৬-২ ত পৰাজিত কৰে। উল্লেখ্য যে ছানিয়াই এলিনা ৰিবাকিনা-লিউডমিলা চেমচোভাৰ যুটিৰ সৈতে প্ৰাক-কোৱাৰ্টাৰত খেলিব লাগিব।

Read More »