Weather Data Source: wetter Bangalore 14 tage

May 29, 2025 6:16 am

फोटो समाचार

আৰক্ষীৰ নিযুক্তি কেলেংকাৰি : ৰাজসাক্ষী হ’ব অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস!

 ৰাজসাক্ষী হ’ব SI কেলেংকাৰিত অভিযুক্ত ৰুবুল হাজৰিকা, ৰূপম দাস! ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কেলেংকাৰিটোত প্ৰাক্তন আৰক্ষী বিষয়াৰ লগতে বিজেপি দলৰ নেতা-কৰ্মী জড়িত হৈ থকাৰ কথাটোৱে বিষয়টো আৰু অধিক জটিল কৰি তুলিছে।যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল কৰি তদন্ত ঘোষণা কৰাৰ পাছত কেলেংকাৰিটোত সাঙোৰ খাই পৰিছে বহু প্ৰভাৱশালী ব্যক্তিৰ নাম।কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব বহন কৰা চিআইডি, ক্ৰাইম ব্ৰান্সকে ধৰি আটাইকেইটা শাখা গৃহ মন্ত্ৰীৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী গৰাকীৰ নিয়ন্ত্ৰণতে আছে। যোৱা কেইদিনমানত আৰক্ষীৰ তদন্তকাৰী দলে কেলেংকাৰিটোৰ সৈতে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু সকলোৱে ধৰি লৈছে যে এই ঘটনাত আৰু বহুতো

Read More »

নাওবৈচাত পথ নিৰ্মাণত ব্যাপক অনিয়ম : ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে অভিযোগ

লক্ষীমপুৰ : নাওবৈচাত ফুলবাৰীৰ পৰা দেৱালয় সংযোগী পথটি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ ঠিকাদাৰ ৰাজীৱ চাহুয়ে নিজ মইমতালিৰে কাম কৰি অহাৰ লগতে পথৰ মাজত থকা কালভাৰ্টটো নিৰ্মাণত হোৱা অনিয়মৰ বাবে স্থানীয় ৰাইজে পথৰ কাম বন্ধ কৰি দিয়ে৷ ফুলবাৰী আছুৰ এটা প্ৰতিনিধি দলে উক্ত ঠাই পৰিদৰ্শন কৰি কয়, পথটি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈ আছে আৰু ইয়াৰ দায়িত্বত থকা বিষয়া ৰূপম কাকতিয়ে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰে! উল্লেখযোগ্য যে পথৰ মাজত কালভাৰ্ট বনাবলৈ পথছোৱাৰ মাজতে কাটি পেলোৱাত ৰাইজৰ যাতায়তত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ ফলত উপ পথৰ ব্যৱস্থা কৰাৰ দাবী ফুলবাৰী আছুৰ৷

Read More »

শ্বাইমা নৌশ্বিনৰ ৰং তুলিকাত ‘Happy Teacher’s Day’

চিত্ৰাঙ্কণ ✍ শ্বাইমা নৌশ্বিন মহৰ্ষি বিদ্যা মন্দিৰ ৩, গুৱাহাটী শ্ৰেণী – নৱম (আপুনি এই চিত্ৰাংঙ্কণ কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিত্ৰ, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷ আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ ই-মেইল : sangbadprahari@gmail.com নতুবা হোৱাটচএপ : +917578801008)

Read More »