সতীদাহ
✍ ওঁমপ্ৰকাশ নাথ অসমীয়া, হোজাই তিল ফুল এজোপাৰ বগা পাপৰিয়ে পাহি মেলা নাই ইয়াতবগা কাপোৰৰ চালি এখনো নাই,তথাপি চাৰি বেৰৰ মাজৰ বতাহত বিয়পিছেপোৰা পোৰা এক গোন্ধভঙা নাই টেকেলিতথাপি কামিহাড় ভঙা মৌন কোলাহলকাণে কণে বিয়পিছে ………কাৰ কাণ ?ইয়াতচোন সকলো শুই আছে সমাধিত !এটা সপোনৰ সতী হোৱাআটাইবোৰ উশাহ শুই পৰিছেএকেখন সাঙীত কোনেও নেদেখাকৈমুখাগ্নি কৰিছে এখন অদৃশ্য হাতেহাতখনৰ এটি শব্দ আছে,টিক্ টিক্ টিক্ টিক্… —————– প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ। সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow