উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন চৰকাৰী চিকিৎসালয়ৰ এটা ৱাৰ্ডৰ বাহিৰত ৰোগীৰ পৰিচাৰকে নামাজ আদায় কৰিছে। কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ নামজ পঢ়াৰ দৃশ্য মোবাইলত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে। সামাজিক মাধ্যমত ভিডিঅটো ভাইৰেল হোৱাৰ লগে লগে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিজৰ নিজৰ ধৰ্মৰ পক্ষত যুক্তি দৰ্শাই মন্তব্য আগবঢ়াইছে। ভিডিঅ্ৰটো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত প্ৰয়াগৰাজ আৰক্ষীয়ে এক গোচৰ ৰুজুৰ কৰি অনুসন্ধান আৰম্ভ কৰে। “অনুসন্ধানৰ অন্তত প্ৰয়াগৰাজ আৰক্ষীয়ে টুইটযোগে স্পষ্ট কৰি দিয়ে যে ভিডিঅ’টোত থকা মহিলাগৰাকীয়ে কোনো ভুল উদ্দেশ্য অবিহনে, আৰু কোনো কামভ বা যান-বাহনত বাধা নিদিয়াকৈ, ৰোগীৰ দ্ৰুত আৰোগ্যৰ বাবে নামাজ আগবঢ়াইছিল। এই কাৰ্য কোনো শ্ৰেণীৰ অপৰাধত নপৰে,” যদি কোনোবাই তেওঁলোকৰ প্ৰিয়জনৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে তেন্তে কোনো ভুল নাই। ভিডিঅ’টো সামাজিক
উত্তৰ প্ৰদেশৰ এজন বাবাৰ ভিডিঅ’ সামাজিক মাধ্যমত সাংঘাতিকভাৱে ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত বাবাৰ যোগাৰ দেখি সকলোৱে আচৰিত হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত এজন পাগুৰী পৰিহিত বাবাই মূৰত সৌৰশক্তিৰ পেনেল আৰু এখন সৰু পাংখা লগাই লোৱা দেখা গৈছে। বাবাৰ এই ‘দেশী যোগাৰ’ দেখি মানুহ আচৰিত হৈছে। ভাইৰেল ভিডিঅ’টো উত্তৰ প্ৰদেশৰ লখিমপুৰৰ। অৱশ্যে News18 Local য়ে এই ভাইৰেল ভিডিঅ’টো নিশ্চিত কৰা নাই। দৰাচলতে লখিমপুৰৰ এজন স্থানীয় সাংবাদিকে এই পাগুৰী পৰিহিত বাবাক এক বেলেগ ষ্টাইলত দেখিছিল। বাবাই মূৰত সৌৰশক্তিৰ পেনেল আৰু প্লাষ্টিকৰ টুপি এটাত সৰু পাংখা এখন ৰাখিছে। তেওঁ সমগ্ৰ বিষয়টোৰ এটা ভিডিঅ’ বনাই টুইটাৰত শ্বেয়াৰ কৰিছিল। তেতিয়াৰ পৰাই এই ভিডিঅ’টো সকলো সামাজিক মাধ্যমত তীব্ৰ ভাইৰেল হ’বলৈ ধৰিলে। বাবাৰ এই দেশী যোগাৰক লৈ
‘বহু দূৰ যাব মন যায়, অকলে জীয়াই থাকিব মন যায়, মা-পাপাৰ বোজা হৈ থাকিব নোৱাৰো, কাকো কষ্ট নিদিওঁ, মা পাপাহঁত সদায় সুখী হওক, মই আৰু নাথাকো, বহুত দূৰ গুচি যাম, বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম! নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম কাকো আমনি নিদিম৷’—- সামাজিক মাধ্যমত এনেদৰে ষ্টেটাছ দি নিৰুদ্দেশ টীয়কৰ দুই শিক্ষাৰ্থী৷ টীয়কৰ মুদৈজান ভৰলুৱা গাঁওৰ কিশোৰী সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়াই শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই টীয়কত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হোৱাৰ পৰিবৰ্তে ৰশ্মি শইকীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। জানিব পৰা মতে শনিবাৰে দিনৰ ভাগত বিদ্যালয়লৈ
ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটনঃ হঠাৎ জ্বলি উঠিল ট্ৰাক ডবকাৰ চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷হঠাৎ জ্বলি উঠিল পথৰ দাতিত ৰৈ থকা এখন ট্ৰাক ৷ক্ষন্তেকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে দাউ দাউকৈ ট্ৰাকখন ৷ডবকাৰ গণিপুৰ বাইবাছত এই ঘটনা ৷লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷অতি ততপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷অগ্নিকাণ্ডৰ ফলত কোনো লোক হাতাহত হোৱা নাই ৷জুই লগা গাড়ী খনৰ নম্বৰ AS01GC6972 .
গুৱাহাটী : বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰত বিহু নৃত্য প্ৰদৰ্শন কৰিছিল অভিনেত্ৰী আইমী বৰুৱাই। কিন্তু ইয়াকে ছচিয়েল মিডিয়াত সমালোচনা একাংশ লোকৰ। একাংশৰ মতে, মন্ত্ৰী পত্নী হোৱা বাবেই ফিল্মফেয়াৰৰ মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুবিধা লাভ কৰিলে আইমী বৰুৱাই। আনহাতে,বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক থিয় দিছে আইমীৰ পক্ষত। একাংশ লোকে সমালোচনাত বাদে আন একো নাজানে বুলিও ছচিয়েল মিডিয়াত পোষ্ট কৰিছে একাংশই।
ৱেব সংবাদ : মোবাইল ফোন আজিকালি সকলোৰে হাতে হাতে৷ ৰাস্তাৰে গৈ থাকোতে, বাছ বা অটোৰিক্সাত গৈ থাকোতে, বাছ আস্থানত ৰৈ থাকোতে, আনকি কার্যালয়ত থাকোতেও মানুহে মােবাইল ফোনটো হাতত লৈ ব্যস্ত হৈ থাকে। এতিয়া মােবাইল ফোনেই যেন সকলােৰে জীৱন’ হৈ পৰিছে। কিন্তু মােবাইল ফোনত ব্যস্ত হৈ থাকি মানুহে নিজৰ কণমানি সন্তানক এৰি থৈ যাব পাৰেনে? বর্তমান এয়াও সম্ভৱ হৈছে। এগৰাকী মহিলাই মােবাইল ফোনত কথা পাতি ইমানেই ব্যস্ত হৈ পৰে যে অটোৰিক্সাতে তেওঁ কণমানি সন্তানক এৰি থৈ আহে। অটোৰিক্সা চালকে কণমানিটো কান্ধত লৈ মহিলাগৰাকীৰ পাছে পাছে চিঞৰি চিঞৰি মতাৰ পাছতাে মহিলাগৰাকীৰ তালৈ ভ্রুক্ষেপ নাছিল। তেওঁ মাথোঁ মােবাইল ফোনত কথা পতাতহে ব্যস্ত হৈ পৰিছিল। উপায়হীন হৈ অটোচালকজনে কণমানিটোক দাঙি খৰ খােজেৰে মহিলাগৰাকীৰ ওচৰ
ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল ছচিয়েল মিডিয়াত Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো ৱেব সংবাদ : Googleত ‘ভিখাৰী’ (Bhikhari) শব্দ ছাৰ্চ কৰিলে এতিয়া দেখা যায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো। গুগল ইমেজত দেখা যোৱা ফটোত ইমৰাণ খানক ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিট কৰা এই ফটোত ইমৰাণ খানে হাতত এটা ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিটড ফটোখনত ইমৰাণ খানক পথত বহি থকা ভিক্ষাৰীৰ ৰূপত দেখুওৱা হৈছে। আচলতে বৰ্তমান তীব্ৰ বিত্তীয় সংকটৰ সৈতে যুঁজিছে পাকিস্তানে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঋণ লোৱাৰ বাবে কেইবাখনো দেশ ভ্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে। ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো
“তই দেহুন মোক দেখ্লি মুখখেন বেক্তে দিয়া” তই দেহুন আজি কালি মোক দেখ্ লি মুখখেন বেক্তে দিয়া । বাপ্পাওঁ চাৰদিনে নহলএ মবাইলৰ চিম সালোদি সালোলিএ ৷ তোৰ কথা ভাব্ লি অন্তৰখেন দহি যায় মাছৰ দুই পিঠি পুৰে মোৰ দেহুন চাইৰোঁ পিঠি পুৰ্বা ধৰ্চ্চে । মোক দেখ্লি তই মুখখেন বেক্তে দিয়া । তোৰ বাৰু ইথেন মনত পৰেনা আমি দুটাই নদীৰ পাৰক যাই পাক্ৰিডেলৰ তলত বহি যি বুট ভাজা খাইছিলু , তোৰ ফেচবুকৰ একাউন্ট খুল্বাক লগিন যি বেংকক গেইছিলু তামুল বেচি যি এটা স্কিনটাচ মবাইল কিনি দিছিলু তই চব পাহা্ ছা । গুহাটীৰ চলি পাইছাতু সেই খুন্টি তই —! মোক দেখ্ লি মুখখেন বেক্তে দিয়া । মোৰ আজি কালি তোক দেখ্ লি
Hatigaon-Bhetapara Road,
Hatigaon,Guwahati, Dist.- Kamrup (Metro)
State- Assam (INDIA), PIN-781038.
Phone/Whatsapp : +91 7578801008
E-mail: sangbadprahari@gmail.com
Sd. Bulbul Jamanur Hoque
Editor
© 2025 Sangbad Prahari – All rights reserved. | News Website Development Services | New Traffic tail
WhatsApp us